বকো: বকো জৱাহৰলাল নেহৰু কলেজত নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্য্যসূচী ৰূপায়ন
Boko, Kamrup | Oct 27, 2025 নাৰী শিক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰৰ এক অভিলাসী পদক্ষেপ নিযুত মইনা আঁচনি। এই আঁচনিয়ে নাৰী শিক্ষাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱাৰ লগতে সামাজিক উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আজি জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত উপস্থিত হৈ নিযুত মইনা ২.০ ৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক BJPৰ কাৰ্য্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্য।