Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

ঢেকিয়াজুলি ভাগ: গৰু চোৰৰ সন্দেহত ঢেকীয়াজুলিৰ পৰা তিনিগৰাকী যুৱকক আটক কৰে ঢেকীয়াজুলি আৰক্ষীয়ে

গৰু চুৰিৰ সন্দেহত মংগলবাৰে পুৱতি নিশা অনুমানিক ২ বাজি ১৫ মিনিটত ঢেকীয়াজুলিৰ পৰা তিনিগৰাকী যুৱকক আটক কৰে ঢেকীয়াজুলি আৰক্ষীয়ে ৷ উল্লেখ্য যে ঢেকীয়াজুলি আৰক্ষী থানাৰ টহলদাৰী দলে আজি পুৱতি নিশা ঢেকীয়াজুলিৰ পৰা যুৱক সকলক আটক কৰিবলৈ সক্ষম হয় ৷ অতিকৈ পৰিতাপৰ বিষয় এয়াই যে বিগত কিছুদিনৰ পৰাই শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত সংঘটিত হৈছে এটাৰ পিছত আনটোকৈ গৰু চুৰিৰ ঘটনা ৷ সেয়েহে গৰু চোৰৰ সন্ধানত সষ্টম হৈ আছে আৰক্ষী ৷

MORE NEWS