বাক্সা: বাক্সাৰ বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত
Baska, Baksa | Oct 23, 2025 যোৱা ১৫ অক্টোবৰ তাৰিখে বাক্সা জিলা কাৰাগাৰৰ সন্মুখত যি দূৰ্ভাগ্যজনক ঘটনা সংঘটিত হয় তাৰ পিছতেই সমগ্ৰ অঞ্চলটোত এক অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰে। উক্ত পৰিস্থিতিৰ পিছতেই অঞ্চলটোত আইন শৃংখলা পৰিস্থিতি সুস্থিৰভাৱে বজাই ৰখাৰ উদ্দেশ্যে বাক্সা জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক উজ্বল প্ৰতীম বৰুৱা অঞ্চলটোৰ বিভিন্ন গাঁৱত উপস্থিত হৈ সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজ আৰু আৰক্ষীৰ