Public App Logo
Jansamasya
National
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
Delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

গোলাঘাট: গমাৰিগুৰিৰ মেৰাদলঙত নিষিদ্ধ গো-মাংসসহ দুজনক আটক মেৰাপানী আৰক্ষীৰ

Golaghat, Golaghat | Sep 15, 2025
গমাৰিগুৰিৰ মেৰাদলঙত সোমবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত নিষিদ্ধ গো-মাংসসহ দুজনক আটক মেৰাপানী আৰক্ষীৰ। জানিব পৰা মতে লোক দুজন গোলাঘাট কছাৰীহাটৰ আজিজুল হুছেইন আৰু ৰছিদ আলী। দুয়োজনে নগালেণ্ডৰ পৰা AS 05 X-5847 নম্বৰৰ স্কুটীত প্ৰায় ৫ কেজি গো-মাংস লৈ আহি থাকোঁতে মেৰাপানীৰ আৰক্ষীৰ নাকা চেকিঙত গো-মাংসখিনি উদ্ধাৰ হয়। ইতিমধ্যে আৰক্ষীয়ে স্কুটীসহ লোক দুজনক আটক কৰি থানালৈ লৈ যায়।

MORE NEWS