বাক্সা: তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিত স্বাস্থ্য শিবিৰ
Baska, Baksa | Oct 22, 2025 অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ আৰু অভিলাষী আঁচনি "শুশ্ৰূষা সেতু"ৰ অধীনত সমগ্র ৰাজ্যজুৰি বিধানসভা সমষ্টি ভিত্তিত আয়োজিত হৈ থকা মেগা স্বাস্থ্য শিবিৰৰ অংশস্বৰূপে আজি তামুলপুৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগিতাত তামুলপুৰ বিধানসভা সমষ্টি ভিত্তিত মেগা স্বাস্থ্য শিবিৰ। তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় ।