শদিয়া: শদিয়া ভূপেন হাজৰিকাৰ হেতুৰ সমীপত স্থানীয় ৰাইজ দ্বাৰা UP 15DT7999 নম্বৰৰ কাঠভৰ্তি ট্ৰাক জব্দ কৰি আৰক্ষীক চমজাই দিয়ে
Sadiya, Tinsukia | Jul 9, 2025
বুধবাৰে শদিয়াত স্থানীয় ৰাইজ দ্বাৰা UP 15DT7999 নম্বৰৰ কাঠভৰ্তি ট্ৰাক জব্দ , জানিবলৈ পৰা অনুসৰি বৃহৎ জালিয়াতিৰে...