শদিয়া: অভিযুক্তক এসপ্তাহ উকলি যোৱাৰ পাছতো কৰায়ত্ত কৰিব নোৱাৰাত ডঃ ভূপেন হাজৰিকা সেতুৰ ঘাইপথ অৱৰোধ কৰি আটছাৰ প্ৰতিবাদ
Sadiya, Tinsukia | Jul 19, 2025
শদিয়াত ১১ জুলাই তাৰিখে বীৰ লাচিত সেনাৰ নেতাই অসহায় যুৱতীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল ।...