মৰাণ: চকলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ যাতায়তৰ সুবিধা প্ৰদান আঁচনি শুভাৰম্ভ কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে
Moran, Dibrugarh | Sep 13, 2025
ছাত্ৰ ছাত্ৰী সকলৰ বাবে অসম চৰকাৰৰ এক মহান পদক্ষেপ গ্ৰহণ কৰিছে।গ্ৰাম্য আৰু বাগিছা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলে যাতে সহজতে...