বাক্সা: মিলন বজাৰত চিপিআইএমৰ নিৰ্বাচনী সভা অনুষ্ঠিত
Baska, Baksa | Sep 16, 2025 মিলন বজাৰত চিপিআইএমৰ নিৰ্বাচনী সভা অনুষ্ঠিত ।আজি মথনগুৰী পৰিষদীয় সমষ্টিৰ চিপিআইএমৰ প্ৰাৰ্থী সৈতজিৎ দাসৰ নিৰ্বাচনী সভা অনুষ্ঠিত হয়। উক্ত সভাত মথনগুৰী পৰিষদীয় সমষ্টিৰ সৈতজিৎ দাসৰ সৈতে উপস্থিত থাকে বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু দলীয় কাৰ্যকৰ্তা সকলে উপস্থিত থাকে ।আগন্তুক বিটিচি নিৰ্বাচন মথনগুৰী পৰিষদীয় সমষ্টিৰ পৰা জয়ী কৰা বাবে ৰাইজক আহ্বান জনায় ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ সৈতজিৎ দাসে ।