উত্তৰ লক্ষীমপুৰ: নগৰৰ গণ ভৱনত যোগদান কাৰ্য্যসূচী, যুৱ পৰিষদৰ জিলা সভাপতিৰ উপস্থিতিত প্রায় ৩০ জনে যোগদান কৰে যুৱ পৰিষদত
North Lakhimpur, Lakhimpur | Aug 24, 2025
লখিমপুৰ নগৰৰ অসম গণ পৰিষদৰ জিলা গণ ভৱনত দেওবাৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ এক যোগদান কার্য্যসূচী অনুষ্ঠিত হয়।...