আজি ছিপাঝাৰ সমজিলাৰ অধীনত ছিপাঝাৰ সাহিত্য ভৱনত অনুষ্ঠিত হোৱা মিছন সম্পূৰ্ণতা অভিযান সন্মান সমাৰোহত অংশগ্ৰহণ কৰে বিধায়ক পৰমানন্দ ৰাজবংশী। সভাত উপস্থিত হৈ বিভিন্ন ক্ষেত্ৰৰ বিষয়া কৰ্মচাৰী সকলক সন্মান বঁটা প্ৰদান কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি, সমজিলাৰ আয়ুক্ত উপাসনা দত্ত