দলগাঁও ভাগ: পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয় ২১০ চি.আৰ.পি.এফ. দলগাঁৱৰ নৱনিৰ্মিত ভৱন উদ্বোধন, উপস্থিত বিধায়ক, সমজিলা আয়ুক্ত
Dalgaon Part, Darrang | Jul 29, 2025
আজি দৰঙৰ দলগাঁৱৰ ২১০ চি. আৰ. পি. এফ. কেম্পৰ চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন ভৱনৰ দ্বাৰ মুকলি কৰা হয়। ভাৰত চৰকাৰৰ...