বৰপেটা: কয়াকুছিৰ পহুমাৰা নৈত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী ছাত্ৰীৰ, আৰক্ষীয়ে জব্দ কৰে নৈত খনন কৰা মেচিন
Barpeta, Barpeta | Jul 17, 2025
নদীত চলা অবৈধ খননৰ বাবেই কৰুণ মৃত্যুক সাৱটি ললে এগৰাকী ছাত্ৰী। আৰক্ষীয়ে জব্দ কৰে নৈত খনন কৰা মেচিন। কয়াকুছি মৰিচা গাঁৱত...