ধেমাজি: চিলাপথাৰস্থিত দঞি-পঃল সাংস্কৃতিক ক্ষেত্ৰত চিচি- চিলাপথাৰ জ্যেষ্ঠ নাগৰিক সভা
বুধ বাৰে আবেলি চাৰি বজাত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ চিলাপথাৰস্থিত দঞি-পঃল সাংস্কৃতিক ক্ষেত্ৰত চিচি- চিলাপথাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বিশ্ব জ্যেষ্ঠ নাগৰিক সন্মিলনৰ লগত সংগতি ৰাখি আয়োজিত মুকলি সভা অনুষ্ঠিত কৰা হয়। আজি উক্ত অনুষ্ঠানত অঞ্চল টোৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা লগতে আগন্তুক দিনত কৰিব লগীয়া কৰণীয় কামৰ সন্দৰ্ভত আলোচনা কৰা হয়। আৰু বৃহত