টেঙাখাত: দুলীয়াজানৰ শুকুটা চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত হয় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান, কোটি টকাৰ সামগ্ৰী ভস্মীভূত
Tengakhat, Dibrugarh | Jul 10, 2025
আজি বৃহস্পতিবাৰে পুৱা ৯ বজাত দুলীয়াজানৰ ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ শুকুটা চাৰিআলিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই...