গুৱাহাটী: সাংসদ নৱ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰক লৈ উচ্চ ন্যায়ালয় খণ্ড বিচাৰপীঠৰ শুনানি সন্দৰ্ভত শ্ৰীমন্তপুৰত দেৱজিত শইকীয়াৰ মন্তব্য
বৃহস্পতিবাৰে দিনৰ ৪.৩০ বজাত শ্ৰীমন্তপুৰ নিজ বাসগৃহত মহাধিবক্তা দেৱজিত লন শইকীয়াই সাংসদ নৱ শৰণীয়া জাতিগত প্ৰমাণপত্ৰৰ সন্দৰ্ভত উচ্চ ন্যায়লয়ৰ খণ্ড বিচাৰপীঠৰ শুনানি সন্দৰ্ভত মন্তব্য কৰে ৷ এজনীয়া বিচাৰপীঠে দিয়া শুনানি ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰিছে খণ্ড বিচাৰপীঠে ৷ সাংসদ নৱশৰণীয়াই কোকোৰাঝাৰ পৰা নিৰ্বাচন খেলাতো আহিব আইনী বাধা ৷