জলহ ভাগ: বাক্সাত অসম আৰক্ষী দিৱস পালন
বাক্সা জিলা আৰক্ষীয়ে আজি উদযাপন কৰে অসম আৰক্ষী দিৱস । ১৯৫১ চনৰ ১অক্টোবৰৰ দিনটোতে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে আৰ চৌধুৰী দেৱে ব্ৰিটিছ বিষয়া জে এইচ ৰীডৰ পৰা অসম আৰক্ষীৰ মুৰব্বী বিষয়াৰ দ্বায়িত্ব লৈছিল । তেতিয়াৰে পৰা এই দিনটো অসম আৰক্ষী পৰিয়ালৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন ।