ধেমাজি: ধেমাজি ভজো গাঁৱৰ সমিপতত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জলা কলা খুৱাইছে সাধাৰণ ৰাইজৰ #jansamasya
ধেমাজি ভজো গাঁৱৰ সমিপতৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই জলা কলা খুৱাইছে সাধাৰণ ৰাইজৰ অতি সোনকালে ৰাষ্ট্ৰীয় ঘাইপথৰ টো নিৰ্মাণ কৰিবলৈ দাবী ৰাইজৰ বুধ বাৰে সংবাদ মাধ্যমক ৰাইজে অৱগত কৰোৱাৰ অনুসৰি বছৰ বছৰ ধৰি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজো গাঁৱৰ পথ চোৱা দুৰৱস্থাই জলা কলা খোৱাইছে ৰাইজক । পথ টোতৰ সমীপত চৰকাৰে কালভাত নিৰ্মাণ কৰি আছে যদিও পথ টো সমীপত পুখুৰী সদি