উত্তৰ গুৱাহাটী ভাগ: বাইহাটা চাৰিআলিৰ ৰঙিয়া পথত আটক ভুৱা স্কেনাৰেৰে লুণ্ঠন চলোৱা এজন যুৱক,ৰাইজে আটক কৰি গতালে আৰক্ষীক
North Guwahati Part, Kamrup | Sep 1, 2025
বাইহাটা চাৰিআলিত লুণ্ঠনৰাজ। দীৰ্ঘ দিনৰ পৰা ভুৱা স্কেনাৰেৰে দুষ্টচক্ৰই চলাই আহিছিল লুণ্ঠন। সোমবাৰে বাইহাটা চাৰিআলিৰ ৰঙিয়া...