আমগুৰি: বিজেপিত যি সকলে নেতৃত্ব লৈছে সেই সকলৰ লক্ষ কেৱল ক্ষমতা,ধন আৰু মাটি আমগুৰিত নিশা এই মন্তব্য এ পি চি চিৰ সভাপতিৰ
Amguri, Sivasagar | Jun 1, 2025
বিজেপিত যি সকলে নেতৃত্ব লৈছে সেই সকলৰ লক্ষ কেৱল ক্ষমতা,ধন আৰু মাটি আমগুৰিত শনিবাৰে নিশা এই মন্তব্য সাংসদ তথা এ পি চি চিৰ...