হোজাই: জিলা সদৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনীৰ চেক বিতৰণ কাৰ্য্যসূচীত অংশগ্রহণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Hojai, Hojai | Sep 2, 2025
হোজাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত মংগলবাৰে পূৱা ১১:২০ মান বজাত চৰকাৰৰ মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনীৰ চেক...