উত্তৰ লক্ষীমপুৰ: নগৰৰ ৰাজীৱ ভৱনত মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালনৰ লগতে জিলা মহিলা কংগ্ৰেছৰ কৰ্য্যনিৰ্বাহক সভা
উত্তৰ লখিমপুৰ নগৰৰ লখিমপুৰ জিলা ৰাজীৱ ভৱনত সোমবাৰে মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন কৰা সমান্তৰালভাৱে লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । মহিলা কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসৰ লগতে জিলা মহিলা কংগ্ৰেছৰ কাৰ্য্যনিৰ্বাহক সভাত লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতিৰ লগতে কেইবাগৰাকী জিলা বিষয়ববীয়া আৰু জিলা মহিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু সদস্যা সকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে ।