হাজো: পছৰীয়াত কেইবাখনো গৰু ভৰ্তি টাটা মেজিক জব্দ, প্ৰতিখন বাহনতে ৫-৬ টাকৈ গৰু আছিল, বাহন কেইখন দদৰা আৰক্ষীক গতাই দিয়ে ৰাইজে
Hajo, Kamrup | Aug 8, 2025
শুকুৰবাৰে কামৰূপৰ পছৰীয়াত কেইবাখনো গৰু ভৰ্তি টাটা মেজিক বাহন জব্দ। দৰং জিলাৰ বঙলাগৰৰ পৰা গৰু সৰবৰাহ কৰাৰ সময়তে...