পূব ডিব্ৰুগড়: লাহোৱালৰ নতুন আলিমুৰৰ মূল পথত প্ৰকাণ্ড গছ উভালি পৰা বন্ধ হৈ পৰিল পথ, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰী
Dibrugarh East, Dibrugarh | Aug 22, 2025
লাহোৱালৰ পৰা টেঙাখাট সংযোগী পথত নিশা সংঘটিত হয় ভয়ংকৰ ঘটনা । লাহোৱালৰ নতুন আলিমুৰৰ মূল পথত এজোপা প্ৰকাণ্ড গছ উভালি...