Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

কোকৰাঝাৰ ভাগ: দীঘলীত আনুষ্ঠানিকভাৱে মুকলি নৱঘোষিত ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান, উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতেই প্ৰকৃতিপ্ৰেমী, পৰ্যটকলৈ সুখবৰ কঢ়িয়াই আনি কোকৰাঝাৰ জিলাৰ দীঘলীত দিনৰ ২ বজাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় নৱঘোষিত ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান। পখিলাৰ বাবে বিখ্যাত ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

MORE NEWS

কোকৰাঝাৰ ভাগ: দীঘলীত আনুষ্ঠানিকভাৱে মুকলি নৱঘোষিত ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান, উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো - Kokrajhar Part News