পলাশবাৰী: বিজয়নগৰ চিনেমা হলত ৰৈ ৰৈ বিনালে চাবলৈ উপস্থিত হৈ AJPৰ সভাপতি লুৰিণজ্যোতি গগৈৰ জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত প্ৰতিক্ৰিয়
বিজয়নগৰত Silver Screen চিনেমা হলত ৰৈ ৰৈ বিনালে চাবলৈ উপস্থিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সম্পাদক জগদীশ ভুঞা ৷