হোজাই: জিলা সদৰত পথ সুৰক্ষা, বাল্য বিবাহ, শিশু শ্ৰমিকৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এখন বিশেষ বাহনৰ যাত্ৰা শুভাৰম্ভ
Hojai, Hojai | Aug 4, 2025
জিলা সদৰত পথ সুৰক্ষাৰ লগতে বাল্য বিবাহ ,শিশু শ্ৰমিক আৰু ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে ৰাইজক সজাগতা সৃষ্টিৰ বাবে জিলাখনত এখন...