সোণাৰি: সোণাৰিত HDFC বেংকৰ একাউণ্টত টকা জমা থৈ বিপদত গ্ৰাহক, ১,০৫,৬৭০ টকা হৰলুকি, ব্যৱস্থা গ্ৰহণৰ দাবীৰে আৰক্ষীক এজাহাৰ দাখিল
Sonari, Charaideo | Sep 10, 2025
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰস্থিত এইছ ডি এফ চি বেংকৰ গ্ৰাহক এজনৰ পৰা চাইবাৰ অপৰাধীয়ে লক্ষাধিক ধন লুট কৰি নিয়াত...