চতিয়াত চতিয়া মণ্ডল কাৰ্যালয়ৰ পৰা অঞ্চলৰ ঘৰে ঘৰে ত্ৰিৰংগা যাত্ৰা সম্পন্ন, বিধায়ক প্ৰমোদ বৰঠাকুৰৰ অংশগ্ৰহণ
Na Duar, Biswanath | Aug 12, 2025
সমগ্ৰ ভাৰতবৰ্ষত আৰম্ভ হোৱা ত্ৰিৰংগা যাত্ৰাৰ লগত সংগতি ৰাখি বিশ্বনাথ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী চতিয়া মণ্ডলৰ...