তেজপুৰ: অৰুণোদয় আচঁনিৰ ৩.০ ৰ শুভাৰম্ভণি অনুষ্ঠান উপলক্ষে তেজপুৰ হেম বৰুৱা হল আৰু দোলাবাৰীত আয়োজিত সভাত উপস্থিত বিধায়ক
অৰুণোদয় আচঁনিৰ ৩.০ ৰ শুভাৰম্ভণি অনুষ্ঠান উপলক্ষে তেজপুৰ হেম বৰুৱা হল আৰু দোলাবাৰীত আয়োজন কৰা সভাত মংগলবাৰে পুৱা ১০ বাজি ৪৫ মিনিটৰ পৰা উপস্থিত হয় বিধায়ক পৃথ্বিৰাজ ৰাভা ৷ সভা সমূহত উপস্থিত থাকি ৰাইজক অৰুণোদয় আচঁনিৰ ৩.০ সম্পৰ্কে বিতং তথ্য আগবঢ়াই তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভায় ৷ আজি দুয়োখন সভাত উপস্থিত থাকি ৰাইজক আঁচনি ৰ গুৰুত্ব সম্পৰ্কে বুজ দিয়ে বিধায়ক পৃথ্বিৰাজ ৰাভা ৷ আজি বিধায়ক পৃথ্বিৰাজ ৰাভাৰ লগতে ভাৰতীয় জনতা পাৰ্টি আৰু অগপ নেতাকৰ্মী সকলো উপস্থিত থাকে ৷