লংকা: লংকাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠা, একাংশ দোকান পোহাৰ, গ্ৰেৰেজ, বাইকৰ চ'ৰূম আদিত অনুষ্ঠিত হয় শ্ৰী শ্ৰী বিশ্ব কৰ্মা পূজা
Lanka, Hojai | Sep 17, 2025 আজি বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্ব কৰ্মা পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাবে লংকাতো অনুষ্ঠিত হয় বিশ্ব খনিকৰ বিশ্ব কৰ্মা পূজা। লংকাৰ লংকা সাংবাদিক সন্হাৰ কাৰ্য্যলয়ত অনুষ্ঠিত হয় বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্ব কৰ্মা পূজা। লগতে লংকাৰ একাংশ দোকান পোহাৰ, গ্ৰেৰেজ, ইলেকট্রনিক সামগ্ৰীৰ বিপনী, বাইকৰ চ'ৰূম, গাড়ীৰ কাউন্টাৰ আদিতো অনুষ্ঠিত হয় বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্ব কৰ্মা পূজা। ভক্ত প্ৰাণ ৰাইজে শ্ৰী শ্ৰী বিশ্ব কৰ্মাক সেৱা কৰি প্ৰভূ শ্ৰী শ্ৰী বিশ্ব কৰ্মাৰ আৰ্শীষ লয়।