কদম: ৩ নং কাটৰি চাপৰি বেঙ্গুলী গাঁৱৰ হৰি মন্দিৰত অসম দৰ্শন আচনী শুভ উদ্বোধন কৰে বগীনদী মণ্ডল বিজেপিৰ সভাপতি ধীৰেণ সোনকালে
Kadam, Lakhimpur | Aug 17, 2025
লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত পদুমনি গাওঁ পঞ্চায়তৰ ৩ নং কাটৰি চাপৰি বেঙ্গুলী গাঁৱৰ হৰি মন্দিৰত দেওবাৰে...