বকো: বকোৰ এখন বিদ্যালয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ,বকো থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ
Boko, Kamrup | Aug 25, 2025
পুনৰ শিক্ষকে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ। বকোৰ এখন বিদ্যালয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ চাৰিগৰাকী...