বাক্সা: সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা সমিতি উদ্যোগত অহা ৩০ অক্টোবৰত তামুলপুৰ সদৰত সাংস্কৃতিক প্ৰতিবাদী সমদল সভা
Baska, Baksa | Oct 21, 2025 সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা সমিতি উদ্যোগত অহা ৩০ অক্টোবৰত তামুলপুৰ সদৰত সাংস্কৃতিক প্ৰতিবাদী সমদল সম্পৰ্কে এখন সভা আজি শিমলাবাৰী গাঁৱত অনুষ্ঠিত হয়। উক্ত সভাখন উপস্থিত আছিল কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি শ্ৰী যুত দূৰ্গা চৰেন আৰু সম্পাদক শ্ৰী যুত চুৰিন মাৰ্ডী ।