বাক্সা: বাক্সাৰ কাৰাগাৰত অপ্ৰিতীকৰ ঘটনা হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
Baska, Baksa | Oct 21, 2025 যোৱা কিছুদিন পূৰ্বে বাক্সা জিলা কাৰাগাৰৰ সন্মুখত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাত আহত সকলৰ পৰিয়ালৰ বুজ ল’বলৈ আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা লক্ষ্মীপুৰ এ ব্লক গাঁৱত উপস্থিত হয়। উক্ত স্থানত মুখ্যমন্ত্ৰীয়ে আহত লোকসকলক সাক্ষাৎ কৰাৰ উপৰিও তেখেতসকলৰ আত্মীয়ক চিকিৎসাৰ বাবে আৰ্থিক অনুদান আগবঢ়ায়৷ ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী