পূব ডিব্ৰুগড়: এএমচিএইচত চিকিৎসাধীন হৈ থকা সাহিত্যিক ড° নগেন শইকীয়াক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
Dibrugarh East, Dibrugarh | Jul 24, 2025
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি বৃহস্পতিবাৰে দিনৰ ২:৩০ বজাত ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত...