উত্তৰ লক্ষীমপুৰ: নগৰৰ হনুমান মন্দিৰৰ সন্মূখত নকল ধূপ বিক্রীক লৈ সৃষ্টি হয় উত্তেজনাৰ
উত্তৰ লখিমপুৰ নগৰৰ হনুমান মন্দিৰৰ সন্মূখত মঙ্গলবাৰে নকল ধূপ বিক্রীক লৈ সৃষ্টি হয় উত্তেজনাৰ। অনা অসমীয়া যুৱকে অসমীয়া যুৱকক পদপথত বগৰাই দিয়াক লৈ এই উত্তেজনা। ডিঙিত ধৰি চোঁচৰাই আনি অনা-অসমীয়া যুৱকক উচিত শিক্ষা দিলে কোচৰাজবংশী সংগঠনৰ এজন নেতাই।