হোজাই: আজি হোজাইত বাঘ সেনাৰ নেতা ইউনুছ তামুলীক আটক হোজাই আৰক্ষীৰ
Hojai, Hojai | Sep 18, 2025 আজি হোজাইত বাঘ সেনাৰ নেতা ইউনুছ তামুলীক আটক হোজাই আৰক্ষীৰ।হোজাইৰ এখন হোটেলৰ পৰা আটক তামুলীক।সাংগঠনিক কামত হোজাইলৈ আহিছিল তামুলী।নিশা শিৱসাগৰৰ আৰক্ষীক চমজাই দিৱ হোজাই আৰক্ষীয়ে।ঘটনা সন্দৰ্ভত শ্ৰীমন্ত শংকৰদেৱ নগৰত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়ত সাংবাদিকে সোধাত হোজাই জিলা আৰক্ষী অধীক্ষকৰ এনেদৰে।