মানকাচৰ: হাটশিঙিমাৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন, ছাত্ৰ-ছাত্ৰীক ধঁপাতৰ পৰা বিৰত থকাৰ আহ্বান
Mankachar, South Salmara-Mankachar | May 31, 2025
শনিবাৰে দিনৰ ৪ বজাত হাটশিঙিমাৰী জিলা চিকিৎসালয়ত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব ধঁপাত বিৰোধী দিৱস উদযাপন কৰা হয় ।...