বাক্সা: আজি বাক্সা প্ৰেছ ক্লাৱ,বৰমাত অনুস্থিত নৱ নিৰ্বাচিত বডোলেণ্ড সাংবাদিক সংস্থাৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুস্থিত হয়
Baska, Baksa | Oct 26, 2025 আজি বাক্সা প্ৰেছ ক্লাৱ,বৰমাত অনুস্থিত নৱ নিৰ্বাচিত বডোলেণ্ড সাংবাদিক সংস্থাৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা অনুস্থিত হয় ৷ আজিৰ বাক্সা প্ৰেছ ক্লাৱ বৰমাত অনুস্থিত সভাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বডোলেণ্ড সাংবাদিক সংস্থাৰ বিষয়ববীয়াৰ সকলে।