বকো: সাততালুক গাওঁ পঞ্চায়তত BJP ৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত।
Boko, Kamrup | Oct 22, 2025 সাততালুক পঞ্চায়তত বুথৰ সভাপতি /সম্পাদক , পঞ্চায়তৰ জন প্ৰতিনিধি, জিলা সভাপতি, মণ্ডলৰ সভাপতি তথা মণ্ডলৰ প্ৰভাৰীৰ উপস্থিত বিতংভাবে আলোচনা সভা অনুষ্ঠিত। উক্ত সভাত জিলাৰ সভাপতি শ্ৰী অঞ্জন গোস্বামী, ৰাজ্যিক ST মৰ্চিৰ উপ সভাপতি শ্ৰী ৰাজু মেচ, জিলা ST মৰ্চাৰ সভাপতি শ্ৰী দিপাঙ্কৰ ৰাভা, মণ্ডল সভাপতি শ্ৰী প্ৰফুল্ল বড়ো উপস্থিত থাকে।