ওদালগুৰি: পুনিয়াত বিপিএফ দলৰ যোগদান আৰু ৰাজহুৱা সভা অনুষ্ঠিত হয়, উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন ইএম জগদীশ সৰকাৰ
Udalguri, Udalguri | Jul 22, 2025
বিটিচিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আন আন ৰাজনৈতিক দল সমুহৰ সমান্তৰালকৈ বিপিএফ দলেও আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী...