সোণাৰি: সোণাৰি নগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তলিকা
Sonari, Charaideo | Sep 4, 2025
C(A)Aৰ বিৰুদ্ধে উত্তাল সোণাৰি। অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ-২০২৫ৰ বাতিলৰ দাবীত সোণাৰিত প্ৰতিবাদ। অসম জাতীয়তাবাদী...