টেঙাখাত: দুলীয়াজানত নাংফা নামৰ এখন ৰেষ্টুৰেণ্ট ভস্মীভূত, চিলিণ্ডাৰ বিস্ফোৰণ, ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশ, লক্ষাধিক টকাৰ ক্ষতিসাধন
Tengakhat, Dibrugarh | Jul 28, 2025
দুলীয়াজানত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত নাংফা নামৰ এখন ৰেষ্টুৰেন্ট ভস্মীভূত।ৰেষ্টুৰেন্টৰ ৰান্ধনী গৃহৰ পৰা...