পলাশবাৰী: মির্জা পূজা মণ্ডপত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ, দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি
বুধবাৰে নিশা মির্জা পূজা মণ্ডপত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি। উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়া। দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ উদ্যেগত আৰু মির্জা আঞ্চলিক শ্রীশ্রীদুর্গা পূজা সমিতিৰ সহযোগত আয়োজন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।