বকো: বকোত শ্ৰীমন্ত শংকৰদেৱ সংঘ, দক্ষিণ-পশ্চিম কামৰূপ জিলা শাখাৰ ধৰ্মীয় কাৰ্যসূচীত উপস্থিত সাংসদ বিজুলী কলিতা মেধী
Boko, Kamrup | Oct 12, 2025 আজি বকোৰ বামুণীগাঁওস্থিত জিলা শাখাৰ নামঘৰ প্ৰাঙ্গণত শ্ৰীমন্ত শংকৰদেৱ সংঘ, দক্ষিণ-পশ্চিম কামৰূপ জিলা শাখাৰ উদ্যোগত আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ সংখ্যক আৰ্বিভাৱ মহোৎসৱ অনুষ্ঠানত উপস্থিত থাকে সাংসদ বিজুলী কলিতা মেধী