বাক্সা: ভকুৱামাৰীত আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে উপস্বাস্থ্য কেন্দ্ৰ ইএম বেগম আখতাৰা আহমেদ
Baska, Baksa | Oct 31, 2025 ভকুৱামাৰীত আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে উপস্বাস্থ্য কেন্দ্ৰ ইএম বেগম আখতাৰা আহমেদ।সাধাৰণ ৰাইজৰ বাবে স্বাস্থ্যসেৱা সহজলভ্য কৰাৰ লক্ষ্যৰে বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ ভকুৱামাৰীত আজি আনুষ্ঠানিক ভাৱে মুকলি হয় উপস্বাস্থ্য কেন্দ্ৰ। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত সেৱা কৰি নাহৰ গছৰ পুলি ৰোপন কৰে।