Public App Logo
Jansamasya
National
���ीएसटी
Happydiwali
Nextgengst
Cybersecurityawareness
Pmmsy
Diwali2025
Fidfimpact
Matsyasampadasesamriddhi
Railinfra4andhrapradesh
Responsiblerailyatri
Andhrapradesh
���हात्मा_गांधी
���ांधी_जयंती
Gandhijayanti
Digitalindia
Fisheries
Nfdp
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds

পলাশবাৰী: পলাশবাৰীত BJPৰ আত্মনিৰ্ভৰশীল ভাৰত সংকল্প অভিযান কৰ্মশালাত উপস্থিত থাকে দক্ষিণ কামৰূপ জিলা BJPৰ সভাপতি

Palasbari, Kamrup | Oct 21, 2025
পলাশবাৰী টাউন গ্ৰাম্য মণ্ডলৰ সন্মানীয় সভাপতি শ্ৰীযুত প্ৰাঞ্জল প্ৰতিম ঠাকুৰীয়া ডাঙৰীয়া ৰ সভাপতিত্বত আত্মনিৰ্ভৰশীল ভাৰত সংকল্প অভিযান ৰ মণ্ডল কৰ্মশালা খন সুকলমে অনুষ্ঠিত হয়। আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকি আত্মনিৰ্ভৰশীল ভাৰত সংকল্প অভিযান ৰ ওপৰত এক অনুপ্ৰেৰণা দায়ক ব্যক্তব্য আগবঢ়ায় জিলা সভাপতি অঞ্জন গোস্বামীয়ে।

MORE NEWS