ধেমাজি: জোনাইত পূৰ্বতকৈ দুগুন বিদ্যুত বিল বৃদ্ধি হোৱা অভিযোগ, অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী ৰাইজৰ, #jansamasya
Dhemaji, Dhemaji | Aug 18, 2025
জোনাইত বিদ্যুত বিলৰ নামত জনতাক চৰম হাৰাশাস্তি কৰা অভিযোগ, পূৰ্বতকৈ দুগুন বিদ্যুত বিল বৃদ্ধি কৰি জনতাক মাধমাৰৰ দিয়া...