বিশ্বনাথ: চোৱাগুৰী চুইচগেট অঞ্চলত চপৰা-চপৰে খহিবলৈ লৈছে ব্ৰহ্মপুত্ৰৰ গৰা, সহস্ৰাধিক লোকে জীয়াতু ভুগিছে গৰাখহনীয়াৰ কবলত#jansamasya
Biswanath, Biswanath | Sep 7, 2025
বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত দক্ষিণাঞ্চলৰ চোৱাগুৰীৰ পৰা কুমলীয়া হৈ পানপুৰ মথাউৰি লৈকে আনিছে গৰাখহনীয়াৰ ভাবুকি। চোৱাগুৰী...